Sunday, 5 July 2020

বিপৰীতাৰ্থক শব্দ বা বিপৰীত অৰ্থ বুজোৱা শব্দ:

বিপৰীতাৰ্থক শব্দ বা বিপৰীত অৰ্থ বুজোৱা শব্দ:

১. আকাশ পাতাল

২. আকাৰ নিৰাকাৰ

৩. অধীন মুক্ত, স্বাধীন

৪. অতিবৃষ্টি অনাবৃষ্টি

৫. অলপ বেছি

৬. অমৃত গৰল

৭.অভ্যাস অনভ্যাস

৮. অভাৱ উভৈনদী

৯. অনুৰাগ বিৰাগ

১০. অনুকূল প্ৰতিকূল

১১. অধম উত্তম

১২.আচল নকল

১৩. আচাৰ অনাচাৰ

১৪. আগ পাছ

১৫. আপদ বিপদ

১৬. আপোন পৰ

১৭. আধুনিক প্ৰাচীন

১৮. আন্ধাৰ পোহৰ

১৯. আনন্দ বিষাদ

২০. আৱাহন বিসৰ্জন

২১. আনন্দ বিষাদ, নিৰানন্দ

২২. আহাৰ অনাহাৰ

২৩. আৰম্ভ সমাপ্ত

২৪. আশা নিৰাশা

২৫. আশীৰ্বাদ অভিশাপ

২৬. অগমন প্ৰত্যাগমন

২৭. আগ পাছ

২৮. আচাৰ অনাচাৰ

২৯. অভ্যাস অনভ্যাস

৩০. আয় ব্যয়

৩১. আয়তী বিধবা

৩২. আস্থা অনাস্থা

৩৩. আস্তিক নাস্তিক

৩৪. আদি অন্ত

৩৫. আপোচ বিৰোধ

৩৬. আকৰ্ষণ বিকৰ্ষণ

৩৭.আৰোহন অৱৰোহন

৩৮. আৱশ্যক অনাৱশ্যক

৩৯. ইচ্ছা অনিচ্ছা

৪০. ইয়াত তাত

৪১. ইহলোক পৰলোক

৪২. ইহজন্ম পৰজন্ম

৪৩. উচ্চ নীচ

৪৪. উত্তম অধম

৪৫. উত্তৰ প্ৰশ্ন, প্ৰত্যুত্তৰ

৪৬.উন্নতি অৱনতি

৪৭. উথ্থান পতন

৪৮. উপকাৰ অপকাৰ

৪৯. উত্তীৰ্ণ অনুত্তীৰ্ণ

৫০. উপযুক্ত অনুপযুক্ত

৫১. উদয় অস্ত

৫২. উৰ্বৰ অনুৰ্বৰ

৫৩. উপস্থিত অনুপস্থিত

৫৪. উন্নত অনুন্নত

৫৫. উৎসাহ নিৰুৎসাহ

৫৬. ঊৰ্ধ্ব অধ:

৫৭. ওখ চাপৰ

৫৮. ওচৰত দূৰত

৫৯. ওপৰত তলত

৬০. কলা বগা

৬১. কঠিন কোমল

৬২. কপট অকপট

৬৩. কনিষ্ঠ জ্যেষ্ঠ

৬৪. কুটিল সৰল

৬৭. কৃত্ৰিম অকৃত্ৰিম

৬৮. খাদ্য অখাদ্য

৬৯. খাল বাম

৭০. খীন শকত

৭১. খোলা বন্ধ

৭২. গুণ দোষ

৭৩. গুৰু শিষ্য

৭৪. গধুৰ পাতল

৭৫. গহীন চঞ্চল

৭৬. গমন আগমন

৭৭. গাঁও নগৰ

৭৮. গোপন প্ৰকাশ

৭৯. ঘৰচীয়া বনৰীয়া

৮০. ঘাত প্ৰতিঘাত

৮১. চেঁচা গৰম

৮২. চেতন অচেতন

৮৩. চিনাকি - অচিনাকি

৮৪. চহকী দুখীয়া

৮৫. চঞ্চল স্থিৰ

৮৬. জটিল সৰল

৮৭. জনা নজনা

৮৮. জয় পৰাজয়

৮৯. জন্ম মৃত্যু

৯০. জাৰ জহ

৯১. জীৱন মৰণ

৯২. জ্ঞানী অজ্ঞানী

৯৩. টোপনি উজাগৰ

৯৪. ডাঠ পাতল

৯৫. ডেকা বুঢ়া

৯৬. ডাঙৰ সৰু

৯৭. তৰুণ বৃদ্ধ

৯৮. তিৰস্কাৰ পুৰস্কাৰ

৯৯. তপত চেঁচা

১০০. তাপ শীতল

১০১. দান প্ৰতিদান

১০২. দৃশ্য অদৃশ্য

১০৩.  দিন ৰাতি

১০৪. দক্ষিণ বাওঁ, উত্তৰ

১০৫.  দয়ালু নিষ্ঠুৰ

১০৬. দাতা কৃপণ

১০৭.  দীৰ্ঘ হ্ৰস্ব

১০৮. দীঘল চুটি

১০৯.  দীঘ বাণি

১১০.  দেৱতা অসুৰ

১১১. দ্ৰুত মন্থৰ

১১২. ধনী দুখীয়া

১১৩. ধৰ্ম অধৰ্ম

১১৪. ধাৰ্মিক অধাৰ্মিক

১১৫. নতুন পুৰণি

১১৬.  নিৰ্ভীক ভীৰু

১১৭. নিৰ্মল মলিন

১১৮. নিৰাকাৰ সাকাৰ

১১৯. নিৰাপদ বিপদজনক

১২০. নিৰ্দোষী দোষী

১২১. নিত্য অনিত্য

১২২. ন্যায় অন্যায়

১২৩. পণ্ডিত মূৰ্খ

১২৪. পৰিশ্ৰমী এলেহুৱা

১২৫. পৰিস্কাৰ অপৰিস্কাৰ

১২৬. পবিত্ৰ অপবিত্ৰ

১২৭. পুণ্য পাপ

১২৮. পৰিমিত অপৰিমিত

১২৯. প্ৰভু ভৃত্য

১৩০.পুৱা গধূলি

১৩১. পূৱ পশ্চিম

১৩২. প্ৰাচ্য পাশ্চাত্য

১৩৩. প্ৰাচীন নবীন

১৩৪. প্ৰবেশ প্ৰস্থান

১৩৫. প্ৰবৃত্তি নিবৃত্তি

১৩৬. প্ৰকৃত কাল্পনিক

১৩৭. প্ৰতেক্ষ পৰোক্ষ

১৩৮. প্ৰশ্ন উত্তৰ

১৩৯. প্ৰকাশ অপ্ৰকাশ

১৪০. প্ৰেৰণা নিৰুৎসাহ

১৪১. বিধি নিষেধ

১৪২.  ব্যৰ্থ সাৰ্থক

১৪৩. বন্ধু শত্ৰু

১৪৪. বাদ প্ৰতিবাদ

১৪৫. বিষ অমৃত

১৪৬. বিস্তৃত সংক্ষিপ্ত

১৪৭. বিদ্যা অবিদ্যা

১৪৮. বিৰহ মিলন

১৪৯. বিনয় গৰ্ব

১৫০. বৈধ অবৈধ

১৫১. ভাল বেয়া

১৫২. ভক্তি ঘৃণা

১৫৩. মান অপমান

১৫৪. মানুহ পিশাচ, পশু

১৫৫. মিলন বিৰহ

১৫৬. মিত্ৰ শত্ৰু

১৫৭. বিনীত গৰ্বিত

১৫৮. বগা লা

১৫৯. বিশ্বাসী বিশ্বাসঘাতক

১৬০.বিশ্বাসী বিশ্বাসী

১৬১. বিদ্যা অবিদ্যা

১৬২. বিৰহ মিলন

১৬৩. বিনয় গৰ্ব

১৬৪. বৈধ অবৈধ

১৬৫. ভাল বেয়া

১৬৬. ভক্তি ঘৃণা

১৬৭. মান অপমান

১৬৮. মানুহ পিশাচ, পশু

১৬৯. মিলন বিৰহ

১৭০. মিত্ৰ শত্ৰু

১৭১.মুখ্য গৌণ

১৭২. মিঠা তিতা

১৭৩. মৃদু তীব্ৰ

১৭৪. যত্ন অযত্ন, আওকাণ

১৭৫. যশ অপযশ

১৭৬. যোগ বিয়োগ

১৭৭. ৰূদ্ধ মুক্ত

১৭৮. ৰজা প্ৰজা

১৭৯. ৰোগী নিৰোগী

১৮০. লঘু গুৰু

১৮১. লাভ লোকচান, ক্ষতি

১৮২. লোভ উদাস, নিৰ্লোভ

১৮৩. শীত গ্ৰীষ্ম ৷

১৮৪. শুকান তিতা ৷

১৮৫. শোক আনন্দ ৷

১৮৬. শিষ্ট অশিষ্ট ৷

১৮৭. শুভ অশুভ ৷

১৮৮. সভ্য অসভ্য ৷

১৮৯. সহ্য অসহ্য ৷

১৯০. সৎ - অসৎ ৷

১৯১. সহযোগ অসহযোগ ৷

১৯২. সঁচা মিছা ৷

১৯৩. সুখ্যাত কুখ্যাত,

১৯৪. সুখ্যাতি কুখ্যাতি

১৯৫. স্বাধীন পৰাধীন ৷

১৯৬. সৰল জটিল ৷

১৯৭. সাধু অসাধু ৷

১৯৮. সজীৱ নিৰ্জীৱ ৷

১৯৯. সশ্ৰম বিনাশ্ৰম ৷

২০০. সঞ্চয় অপচয় ৷ 

Read our previous post

GAME

  10 simple and easy lines about games for primary students: Games are fun to play. We can play games indoors and outdoors. Cricke...