information 365
Showing posts with label
অসমৰ জাতীয় সঙ্গীত
.
Show all posts
Showing posts with label
অসমৰ জাতীয় সঙ্গীত
.
Show all posts
Thursday, 18 June 2020
অসমৰ জাতীয় সঙ্গীত
অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণী দেশ
এনেখন সুৱলা,
এনেখন সুফলা
এনেখন মৰমৰ দেশ।
অ’ মোৰ সুৰীয়া মাত
অ’ মোৰ সুৱদী মাত
পৃথিৱীৰ ক'তো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত।
অ’ মোৰ ওপজা ঠাই
অ’ মোৰ অসমী আই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই।
Home
Subscribe to:
Posts (Atom)
Read our previous post
ভংগীমা গীত - action songs 05
কেইগৰাকীমান অসমীয়াৰ ফটো
কেইগৰাকীমান অসমীয়াৰ ফটো 👇👇👇 মামণি ৰয়ছম গোস্বামী (জন্ম:১৯৪২ – মৃত্যু:২০১১) লোকনায়ক অমিয়কুমাৰ দাস ( জন্ম: ১৮৯৫ - মৃত্যু ১৯৭৫) আনন্দৰা...
বিপৰীতাৰ্থক শব্দ বা বিপৰীত অৰ্থ বুজোৱা শব্দ:
বিপৰীতাৰ্থক শব্দ বা বিপৰীত অৰ্থ বুজোৱা শব্দ : ১. আকাশ – পাতাল ২. আকাৰ – নিৰাকাৰ ৩. অধীন – মুক্ত , স্বাধীন ৪. অতিবৃষ্টি – অনাবৃষ্টি ৫...